তুমি হয়টো ভুল নুবুজিৱা
প্ৰেম হয়টো এনেকৈয়ে হয়
দুটি অচিনাকী চিনাকী মন লৈ ৷
প্ৰেম মানে এটি মিঠা অনুভৱ মাথোঁ
প্ৰেম মানে এজাক ফাগুনৰ বতাহ
প্ৰেম মানে আৰু বহু কিৱা!!!!!!
এটি মাথোঁ ৰং নম্বৰ
এটি মিচিকীয়া হাঁহি
অচিনাকী চিনাকী হৈ গঢ় দিয়া
এটি মিঠা অনুভৱ মাথোঁ ৷
এটি বীজ অঙ্কুৰণ হল
এখন সমাজত দুটি অচিনাকী চিনাকী
মনৰ চিন্তা ভাৱনা বিনিময় হল ৷
উজাগৰী নিশা শব্দ মায়াজাল
এটি দুটিকৈ শব্দ বুটলি
লিখিছোঁ কবিতা
তোমালৈ বুলি ়়়়়!!
মই তোমাক বহু ভাল পাওঁ
তুমি হয়টো ভুল নুবুজিৱা ৷
No comments:
Post a Comment