"ওঁম ভূ ভবঃস্বঃতৎ সবিতু বৰ্ণৰেৰ্ণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ ""
( ঋকবেদ 3/4/10 -35/62/10, যজুবেদ 3/35,30/2, সামবেদ উত্তৰচ্চিক 6/3/10)
""পৰমাত্মা প্ৰাণস্বৰূপ, দুখনাশক আৰু সুখস্বৰূপ,সেই জগতসৃষ্টিকাৰী আৰু ঐশ্বৰ্যপ্ৰদাতা পৰমাত্মা বৰণযোগ্য পাপ বিনাশক সমগ্ৰ ঐশ্বৰ্যকতা ধাৰণ কৰি প্ৰজ্ঞা সমূহক যেন আমাক সত্য জ্ঞান প্ৰদান কৰক ৷ ""
গায়ত্ৰী মন্ত্ৰ হল বৈদিক হিন্দুধৰ্মৰ অত্যন্ত গুৰুত্ব পূৰ্ণ মন্ত্ৰ; গায়ত্ৰী মন্ত্ৰ অন্য এটি নাম সাবিত্ৰী মন্ত্ৰ ৷ সাবিত্ৰীৰ ভিন্ন ভিন্ন বাখ্যা অনুসৰি এই মন্ত্ৰ সূৰ্য পূজা, যোগ,তন্ত্ৰ বা শাক্তধৰ্ম লগত সংযুক্ত ৷উপনয়ন সংস্কাৰৰ সময়ত গায়ত্ৰী দীক্ষা প্ৰদান কৰা লগতে দ্বিজ সকলে এইমন্ত্ৰ নিত্য জপ কৰে ৷
ব্ৰক্ষৰ্ষি বিশ্বামিত্ৰ গায়ত্ৰী মন্ত্ৰ ৰচোঁতা ৷তেওঁ "ধনুবেদ ""সংকলৰ জডিয়তে মানৱ সমাজত গায়ত্ৰী প্ৰচাৰ কৰিছিল ৷ গায়ত্ৰী এনে একধৰনৰ মন্ত্ৰ যাক সকলো ধৰণৰ প্ৰাৰ্থনাত উচ্চাৰণ হয় ৷ইয়াৰ উপৰিও ঋকবেদ, যজুবেদ,সামবেদত এই মন্ত্ৰ উল্লেখিত ৷
"" শব্দ কল্পদ্ৰুত "" অনুসৰি এবাৰ যজ্ঞস্থানত ব্ৰক্ষা পত্নী সাবিত্ৰীযে ব্ৰক্ষা অনুমতি নোলোৱাকৈ যজ্ঞ আসনত বহাত ব্ৰক্ষাই খংত অন্য নাৰীক বিয়া কৰা সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁ আদেশ অনুসৰি ইন্দ্ৰ দেবতাই পাত্ৰী বিচাৰি আভীৰকন্যা ক মনোনীত কৰে আৰু বিষ্ণু অনুৰোধ অনুসৰি ব্ৰক্ষাই গন্ধৰ্ব বিবাহ কৰাই ৷সেইগৰাকী কন্যাই হল গায়ত্ৰী ৷

No comments:
Post a Comment