তেনেকৈ নকবা তুমি
মইযে তোমাৰ বাবে বলিয়া
জানানে বাৰু তুমি?
মোৰ মনে প্ৰতিক্ষণত তোমাকে বিচাৰে
তোমাক কাষত পালে মোক আৰু একো নালাগে
তেনেকৈ নকবা তুমি
"" অহা কাইলৈ লগপোৱা আশাৰে বুলি ৷ ""
মইযে তোমাৰ বাবে বলিয়া
জানানে বাৰু তুমি?
মোৰ মনে প্ৰতিক্ষণত তোমাকে বিচাৰে
তোমাক কাষত পালে মোক আৰু একো নালাগে
তেনেকৈ নকবা তুমি
"" অহা কাইলৈ লগপোৱা আশাৰে বুলি ৷ ""